অসম

assam

By

Published : Aug 11, 2020, 7:35 AM IST

ETV Bharat / state

খুমটাই ক'ভিড চিকিৎসালয়ত ৰোগীৰ বিহু নৃত্য

খুমটাই ক'ভিড চিকিৎসালয়ত ৰোগীয়ে বিহু নৃত্য প্ৰদৰ্শন কৰে ৷

Bihu dance by Covid patients in Khumtai Covid Hospital
খুমটাই ক'ভিড চিকিৎসালয়ত ৰোগীৰ বিহু নৃত্য

গোলাঘাট, 11 আগষ্ট : গোলাঘাট জিলাৰ খুমটাই আদৰ্শ চিকিৎসালয়ৰ অধীনৰ ক'ভিড চিকিৎসালয়ত ৰোগীসকলে বিহু নৃত্য প্ৰদৰ্শন কৰে ৷ এনেদৰেই চিকিৎসালয়ৰ সময় পাৰ কৰা দেখা গ'ল ৰোগীসকলক ৷

খুমটাই ক'ভিড চিকিৎসালয়ত ৰোগীৰ বিহু নৃত্য

অসমীয়াৰ চেনেহৰ বিহু নৃত্য-গীতৰ মাজেৰে মনত থকা আশংকাক পৰাস্ত কৰাৰ চেষ্টা কৰে ৰোগীসকলে ৷ ইয়াৰ মাজতেই এটি কণমাণিক দেখা গৈছে আনন্দত বিহু মতলীয়া হোৱা । এই দৃশ্যই কৰ'ণা সংক্ৰমণত হতাশাগ্ৰস্ত হোৱা সকলক কিছু পৰিমাণে মানসিক শক্তি প্ৰদান কৰিব ।

লগতে পঢ়ক :COVID-১৯ : ৰাজ্যত পুনৰ 2900 গৰাকী ক’ভিড পজিটিভ

ABOUT THE AUTHOR

...view details