অসম

assam

ETV Bharat / state

নিশা গোলাঘাটত আৰক্ষীৰ বিহু - পথতে মাৰিলে এপাক বিহু ৷

কৰ্তব্যৰ মাজতে গোলাঘাটত আৰক্ষীয়ে ৰাজপথতে মাৰিলে বিহু ৷

bihu celebaration assam police golaghat town
নিশা গোলাঘাটত আৰক্ষীৰ বিহু

By

Published : Apr 17, 2020, 10:36 AM IST

গোলাঘাট 17 এপ্ৰিল : গোলাঘাটত লক ডাউনৰ ব্যস্ততাৰ মাজতেই আৰক্ষীৰ বিহু। নিশা সকলোৱে ঘৰত শুই থকাৰ সময়ত কৰ্তব্যত নিয়োজিত গোলাঘাট আৰক্ষীয়ে প্ৰাণ উজাৰি নাচিলে,গালে বিহু। নিশা আৰক্ষীৰ মুখেৰে ভাহি অহা বিহু গীতৰ তালে তালে মতলীয়া হ'ল কৰ্তব্যৰত মহিলা আৰক্ষীসকলো।

নিশা গোলাঘাটত আৰক্ষীৰ বিহু

বিহুৰ আনন্দ উল্লাহৰ মাজতে কিন্তু নিজৰ দায়িত্ব পাহৰি পেলোৱা নাই অসম আৰক্ষীয়ে। গোলাঘাটৰ বাটা পইন্টত বিহু মাৰি মাৰি নিজৰ কৰ্তব্য পালন কৰিলে গোলাঘাট আৰক্ষীয়ে।

লগতে পঢক: নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা

ABOUT THE AUTHOR

...view details