গোলাঘাট, 26আগষ্টঃ গোলাঘাট জিলাৰ খুমটাই চাহ বাগিচাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ । চাহ শ্ৰমিকৰ দৈনিক মজুৰি দেওবাৰৰ ছুটিসহ ৩৫১ টকালৈ বৃদ্ধি কৰা, চাহ শ্ৰমিকক ভূমি পট্টা প্ৰদান কৰা আৰু চাহ শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় ।
খুমটাই চাহ বাগিচাত আটছাৰ প্ৰতিবাদী কাৰ্যসূচী - ATTSA protests at Golaghat
দৈনিক মজুৰি দেওবাৰৰ ছুটিসহ ৩৫১ টকালৈ বৃদ্ধি কৰা, চাহ শ্ৰমিকক ভূমি পট্টা প্ৰদান কৰা আৰু চাহ শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ৷
![খুমটাই চাহ বাগিচাত আটছাৰ প্ৰতিবাদী কাৰ্যসূচী ATTSA protests at Golaghat](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8560857-970-8560857-1598424748870.jpg)
খুমটাই চাহ বাগিচাত আটছাৰ প্ৰতিবাদী কাৰ্যসূচী
খুমটাই চাহ বাগিচাত আটছাৰ প্ৰতিবাদী কাৰ্যসূচী
অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বাদুলিপাৰ উপ-শাখাৰ উদ্যোগত সাব্যস্ত কৰা হয় এই প্ৰতিবাদ । উল্লেখযোগ্য যে, বুধবাৰে আটছা কেন্দ্ৰীয় সমিতিৰ সহযোগত অসমৰ প্ৰায়বোৰ চাহ বাগিচাতেই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে ।