অসম

assam

ETV Bharat / state

গোলাঘাট নুমলীগড়ত উত্তাল প্ৰতিবাদ

গোলাঘাট নুমলীগড় শোধনাগাৰ মূখ্যদ্বাৰত বহু কেইটা সংগঠনৰ উত্তাল প্ৰতিবাদ । কেন্দ্ৰীয় চৰকাৰে ৪৩ৰ শ্ৰম আইন বাতিল কৰাৰ বিৰোধিতা কৰি অসম পেট্ৰলিয়াম মজদুৰ ইউনিয়নকে আদি কৰি চাৰিটাকৈ সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

গোলাঘাট নুমলীগড়ত উত্তাল প্ৰতিবাদ

By

Published : Aug 2, 2019, 2:21 PM IST

  • গোলাঘাট নুমলীগড়ত উত্তাল প্ৰতিবাদ
  • নুমলীগড় ৰিফাইনেৰী ওৱৰ্কাৰ ইউনিয়নৰ লগতে বহু কেইটা সংগঠনৰ প্ৰতিবাদ
  • কেন্দ্ৰীয় চৰকাৰে ৪৩ ৰ শ্ৰম আইন বাতিলৰ বিৰুদ্ধে প্ৰতিবাদ
    গোলাঘাট নুমলীগড়ত উত্তাল প্ৰতিবাদ
  • চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰে
  • প্ৰতিবাদত শতাধিক সদস্য ৰ অংশগগ্ৰহণ

ABOUT THE AUTHOR

...view details