অসম

assam

ETV Bharat / state

গোলাঘাটত দুই যুৱকক উত্তম-মধ্যম ৰাইজৰ

গোলাঘাটৰ ২নং তিৰুৱাল গাঁৱত ড্ৰাগছ বিক্ৰী কৰিবলৈ লোৱাৰ সময়তে ৰাইজে আৱদ্ধ কৰি ৰাখিছে দুজন যুৱকক । উত্তম-মধ্যম শোধায় ফৰকাটিং আৰক্ষীক চমজায় দিয়ে ধৃত যুৱক দুজনক ।

গোলাঘাটত দুই যুৱকক উত্তম-মধ্যম ৰাইজৰ

By

Published : Jul 28, 2019, 7:39 PM IST

  • গোলাঘাটৰ ২নং তিৰুৱাল গাঁৱত তীব্ৰ উত্তেজনা
  • দুজন যুৱকক আৱদ্ধ কৰিলে ৰাইজে
  • ড্ৰাগছ বিক্ৰীৰ সময়তে ৰাইজে হাতে লোটে ধৰা পেলায় যুৱক দুজনক
  • ধৃত যুৱক দুজনৰ নাম কছাৰীহাটৰ মামুদ আহমেদ আৰু বিতু শইকীয়া
  • যুৱক দুজনৰ পৰা ব্ৰাউন চুগাৰৰ লগতে গাঞ্জা জব্দ কৰে
  • ইতিমধ্যে ধৃত যুৱক দুজনক ৰাইজে উত্তম-মধ্যম দি আৰক্ষীক চমজাই দিয়ে
    গোলাঘাটত দুই যুৱকক উত্তম-মধ্যম ৰাইজৰ

ABOUT THE AUTHOR

...view details