গোলাঘাট,18 জানুৱাৰীঃগোলাঘাটত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদত বহিল অসম প্ৰদেশ চাহ ও প্ৰাক্তন চাহ মজদুৰ কংগ্ৰেছ,গোলাঘাট জিলা সমিতি ৷ গোলাঘাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে সংগঠন দুটাৰ সদস্যসকলে ৷ চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদকাৰী সকলে প্ৰতিবাদস্থলী উত্তপ্ত কৰি তোলে ৷
অসম প্ৰদেশ চাহ ও প্ৰাক্তন চাহ মজদুৰ কংগ্ৰেছৰ "কা" বিৰোধী প্ৰতিবাদ - নাগৰিকত্ব সংশোধনী আইন
গোলাঘাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে অসম প্ৰদেশ চাহ ও প্ৰাক্তন চাহ মজদুৰ কংগ্ৰেছ,গোলাঘাট জিলা সমিতিৰ সদস্যসকলে ৷
![অসম প্ৰদেশ চাহ ও প্ৰাক্তন চাহ মজদুৰ কংগ্ৰেছৰ "কা" বিৰোধী প্ৰতিবাদ Assam pradesh tea worker and ex tea worker's CAA protest](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5755079-thumbnail-3x2-g.jpg)
অসম প্ৰদেশ চাহ ও প্ৰাক্তন চাহ মজদুৰ কংগ্ৰেছৰ "কা" বিৰোধী প্ৰতিবাদ
অসম প্ৰদেশ চাহ ও প্ৰাক্তন চাহ মজদুৰ কংগ্ৰেছৰ "কা" বিৰোধী প্ৰতিবাদ