গোলাঘাট, 22মাৰ্চঃ গোলাঘাটত পুনৰ বিষাক্ত চুলাই সেৱন কৰি অসুস্থ চিকিৎসাধীন হয়3 জনকৈ লোক৷ লোক কেইজন ক্ৰমে -
গোলাঘাটত পুনৰ চুলাই সন্ত্ৰাস
গোলাঘাটত পুনৰ বিষাক্ত চুলাই সেৱন কৰি অসুস্থ 3 জনকৈ লোক
গোলাঘাটত পুনৰ চুলাই সন্ত্ৰাস
মিছামৰা ঢুলীয়া বস্তিৰ কান্ত ভূঞা, ৪ নং ৰংবং ৰ ৰাজেন ভূঞা আৰুচিনাতলীৰ প্ৰদীপ বৰা বুলি জানিব পৰা গৈছে৷ তিনিওজনক ইতিমধ্যেগোলাঘাট অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হৈছে৷
উন্নত চিকিৎসাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰাৰ পৰামৰ্শ চিকিৎসকৰ৷