অসম

assam

ETV Bharat / state

গোলাঘাটত ব্ৰাহ্মণ সমাজৰ নৱম দ্বি-বাৰ্ষিক অধিৱেশনৰ সামৰণি

ধৰ্মালোচনা সভাত ধৰ্ম আৰু বিজ্ঞান সনাতন ধৰ্মত সদাচাৰ আদি বিষয়ত আলোচনা কৰে । অধিবেশনৰ অন্তিম কাৰ্যসূচীৰূপে গোলাঘাট নবৰংগ শিল্পী সমাজৰ দ্বাৰা "বিপ্ৰদামোদৰ উপাখ্যান" শীৰ্ষক ভাওনাখন প্ৰদৰ্শন কৰে ।

By

Published : Jun 16, 2019, 11:24 AM IST

ব্ৰাহ্মণ সমাজৰ নৱম দ্বি-বাৰ্ষিক অধিৱেশন সামৰণি

গোলাঘাট, ১৬ জুনঃ গোলাঘাটৰ মাহেশ্বৰী ভৱনত অনুষ্ঠিত অসম ব্ৰাহ্মণ সমাজৰ নৱম দ্বি-বাৰ্ষিক অধিৱেশনখন শনিবাৰে সামৰণি পৰে ।

ব্ৰাহ্মণ সমাজৰ নৱম দ্বি-বাৰ্ষিক অধিৱেশনখনত পতাকা উত্তোলন কাৰ্যসূচীৰে শুভাৰম্ভ কৰে এই অনুষ্ঠানৰ । পতাকা উত্তোলন কৰে সুনীল কুমাৰ গোস্বামীয়ে । পতাকা উত্তোলনৰ পিছত বিভিন্ন কাৰ্যসূচী আৰম্ভ হয় । বিশ্বশান্তিৰ বাবে প্ৰাৰ্থনাৰ লগতে বিভিন্ন প্ৰতিযোগিতা, বঁটা প্ৰদান আৰু স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয় ৷

ব্ৰাহ্মণ সমাজৰ নৱম দ্বি-বাৰ্ষিক অধিৱেশন সামৰণি


দিল্লীকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছিল অধিৱেশনলৈ । ধৰ্মালোচনা সভাত ধৰ্ম আৰু বিজ্ঞান সনাতন ধৰ্মত সদাচাৰ আদি বিষয়ত আলোচনা কৰে । অধিবেশনৰ অন্তিম কাৰ্যসূচীৰূপে গোলাঘাট নবৰংগ শিল্পী সমাজৰ দ্বাৰা "বিপ্ৰদামোদৰ উপাখ্যান" শীৰ্ষক ভাওনাখন প্ৰদৰ্শন কৰে ।

লগতে আন এটা বাতৰি - নীতি আয়োগৰ বৈঠকত প্ৰধানমন্ত্ৰীয়ে জনালে নতুন ভাৰতৰ নতুন লক্ষ্য

ABOUT THE AUTHOR

...view details