অসমীয়া উদ্যোগীৰ জয়যাত্ৰাঃ 2000 টকাৰ ব্যৱসায় হ'লগৈ 50 লাখৰ - অসমীয়া ব্যৱসায়ী
2012 বৰ্ষত পানীটেঙাৰে আৰম্ভ কিৰিছিল ব্যৱসায় ৷ মূলধন আছিল মাত্ৰ 2000 টকা ৷ আমি ক'ব খুজিছো সফল অসমীয়া উদ্যোগী প্ৰণয় পূজাৰীৰ কথা ৷
অসমীয়া উদ্যোগীৰ জয়যাত্ৰাঃ 2000 টকাৰ ব্যৱসায় হ'লগৈ 50 লাখৰ
14 মে' গোলাঘাটঃ নৱপ্ৰজন্মৰ চাকৰিমুখি মানসিকতাৰ বিপৰীতে অসমীয়া থলুৱা খাদ্যসম্ভাৰেৰে উদ্যোগ স্থাপন কৰি লাখপতি হোৱা এখন সাধাৰণ ব্যক্তিৰ অসাধাৰণ কাহিনী ৷ বহুজন শিক্ষিত নিৱনুৱাৰ বাবে অনুপ্ৰেৰণাৰ উৎস হ'ব পাৰে এইজন অসমীয়া উদ্যোগী ৷ আজি আমি আপোনালোকক অৱগত কৰিম ৰুচি ফুড প্ৰডাক্টৰ জন্মৰ আঁৰৰ কাহিনী..