অসম

assam

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ শ্ৰদ্ধা নিবেদন গোলাঘাট জিলা কংগ্ৰেছৰ

By

Published : Nov 24, 2020, 6:06 PM IST

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গোলাঘাটতো প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে জিলা কংগ্ৰেছে। প্ৰবীন নেতাগৰাকীৰ আত্মাৰ শান্তি কামনা কৰে কংগ্ৰেছৰ নেতা-কৰ্মীসকলে ।

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ শ্ৰদ্ধা নিবেদন গোলাঘাট জিলা কংগ্ৰেছৰ
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ শ্ৰদ্ধা নিবেদন গোলাঘাট জিলা কংগ্ৰেছৰ

গোলাঘাট, ২৪ নৱেম্বৰ: অসমৰ ৰাজনীতিত এগৰাকী শক্তিশালী ৰাজনৈতিক নেতা হিচাপে নিজৰ স্থিতি প্ৰতিপন্ন কৰিবলৈ সক্ষম হোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত শোকস্তব্ধ গোলাঘাট । ৰাজনৈতিক ক্ষেত্ৰখনত বাট দেখুৱাই আগবঢ়াই নিয়া পিতৃ স্বৰূপ নেতাগৰাকীক হেৰুৱাই গভীৰ শোক প্ৰকাশ কৰিছে গোলাঘাট জিলা কংগ্ৰেছৰ নেতা-কৰ্মীসকলে ।

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ শ্ৰদ্ধা নিবেদন গোলাঘাট জিলা কংগ্ৰেছৰ

চিৰ সেউজ নেতা প্ৰয়াত তৰুণ গগৈলৈ শ্ৰদ্ধা নিবেদন কৰি কংগ্ৰেছৰ নেতা-কৰ্মীসকলে তেওঁৰ আত্মীৰ সদগতি কামনা কৰে । কেৱল কংগ্ৰেছ দলৰ নেতা হিচাপেই নহয়, ৰাজনীতিৰ পথাৰত সকলোৰে বাবে আদৰ্শ স্বৰূপ আছিল প্ৰবীন নেতাগৰাকী।

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ শ্ৰদ্ধা নিবেদন গোলাঘাট জিলা কংগ্ৰেছৰ

লগতে পঢ়ক:ডিগবৈত পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী

ABOUT THE AUTHOR

...view details