'কেব' নামানে অসমীয়াইঃ দেহৰ শেষ টোপাল তেজ থকালৈ যুঁজি যোৱাৰ হুংকাৰ - সমগ্ৰ ৰাজ্যত কেব বিৰোধী প্ৰতিবাদ
চৰকাৰৰ বিৰোধিতা কৰি ওলাই আহিল সমগ্ৰ দল-সংগঠন ৷ কাৰণ পুনৰ হত্যা কৰিবলৈ দিয়া নহ'ব 855 গৰাকী ছহিদক ৷
!['কেব' নামানে অসমীয়াইঃ দেহৰ শেষ টোপাল তেজ থকালৈ যুঁজি যোৱাৰ হুংকাৰ কেব সহ্য নকৰে অসমীয়াই](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5289212-368-5289212-1575638538588.jpg)
কেব সহ্য নকৰে অসমীয়াই
জাতি মাটি ৰক্ষাৰ স্বাৰ্থত গণধৰ্ণাত নামিছে অসমীয়া ৷ চৰকাৰ বিৰোধী হুংকাৰে উত্তাল কৰিছে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰ ৷ এসময়ত বৰ-বৰ কথা কোৱা সোণোৱাল চৰকাৰৰ দিল্লীৰ ওচৰত নিলৰ্জ আত্মসমৰ্পনে অৱশেষত হাতত হেংদাং তুলি ল'বলৈ বাধ্য কৰাইছে প্ৰতিজন অসমীয়াক ৷ এফালে যদি বাংলাদেশীক আদৰিবলৈ সাজু শাসনাধিষ্ঠিত চৰকাৰ আনফালে বাংলাদেশী খেদিবলৈ অসমীয়াৰ ৰণহুংকাৰ ৷ সবিশেষ চাওঁক এই প্ৰতিবেদনত..
যুঁজিব অসমীয়া, জিকিব অসমীয়া !