গোলাঘাট, 22 ছেপ্টেম্বৰ : গোলাঘাটত সদৌ অসম সংখ্যালঘু ছাত্র সন্থাৰ প্ৰতিবাদ । অসমৰ গৰীয়া,মৰীয়া,দেশী আৰু জলহা জনগোষ্ঠীক উপগ্ৰহীয় ভিত্তিত স্বায়ত্ব শাসনৰ প্ৰদানৰ দাবীত এই প্ৰতিবাদ ।
গোলাঘাটত সদৌ অসম সংখ্যালঘু ছাত্র সন্থাৰ প্ৰতিবাদ
গোলাঘাট জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত 2 ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে আমছুৱে ।
গোলাঘাটত আমছুৰ প্ৰতিবাদ
গোলাঘাট জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত 2 ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে আমছুৱে । গৰীয়া,মৰীয়া,দেশী আৰু জলহাসকলক 2021ৰ নিৰ্বাচনৰ পূৰ্বে স্বায়ত্ব শাসন প্ৰদানৰ দাবীৰে উত্তাল কৰে প্ৰতিবাদস্থলী । অতি শীঘ্ৰ চৰকাৰে এই দাবী মানি নললে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ।
লগতে পঢ়ক :অসমত 4.4 প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি