অসম

assam

ETV Bharat / state

প্ৰাপ্য বোনাছৰ দাবীত চাহ শ্ৰমিকৰ প্ৰতিবাদ - aatsa protest at khumtai for bonus

২০১৮-১৯ বৰ্ষৰ ২০% বোনাচ আদায় দিয়াৰ দাবীত বুধবাৰে আটছা শাঁওতলী শাখা আৰু গৰঙা চাহ বাগিচাত  চাহ শ্ৰমিকৰ প্ৰতিবাদ ৷ অনাগত দিনত জংগী আন্দোলনৰ হুংকাৰ ৷

প্ৰাপ্য বোনাছৰ দাবীত চাহ শ্ৰমিকৰ প্ৰতিবাদ

By

Published : Sep 4, 2019, 10:58 PM IST

খুমটাই,4চেপ্তেম্বৰঃ চাহ শ্ৰমিকসকলৰ ২০১৮-১৯ বৰ্ষৰ ২০% বোনাচ আদায় দিয়াৰ দাবীত বুধবাৰে আটছা শাঁওতলী শাখা আৰু গৰঙা চাহ বাগিচাৰ শ্ৰমিকসকলৰ লগতে আটছাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ চাহ শ্ৰমিকসকলকৰ অভিযোগ, বোনাচৰ ক্ষেত্ৰত কোনোধৰণৰ গুৰুত্ব দিয়া নাই মালিকপক্ষই ৷ শীঘ্ৰে এই সমস্যাৰ সমাধান নহ'লে অনাগত দিনত জংগী আন্দোলনৰ হুংকাৰ ৷

প্ৰাপ্য বোনাছৰ দাবীত চাহ শ্ৰমিকৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details