অসম

assam

ETV Bharat / state

চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল খুমটাই - মৃনাল শইকীয়া

সংগঠনটোৱে পুৱতি নিশা খুমটাইৰ শাঁওতলী চাৰিআলিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমৃত শ্বাহ আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ

খুমটাই
চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল খুমটাই

By

Published : Dec 8, 2019, 11:17 AM IST

Updated : Dec 8, 2019, 12:31 PM IST

গোলাঘাট, 8 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত খুমটাই আঞ্চলিক চাহ জনজাতি ছাত্ৰ সন্থাই প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷ সংগঠনটোৱে পুৱতি নিশা খুমটাইৰ শাঁওতলী চাৰিআলিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমৃত শ্বাহ আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷ লগতে খুমটাই আঞ্চলিক চাহ জনজাতি ছাত্ৰ সন্থাৰ কৰ্মীৰ চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল খুমটাইৰ পৰিৱেশ ৷ প্ৰতিবাদস্থলীত খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াকো তীব্ৰ সমালোচনা কৰে প্ৰতিবাদকাৰীসকলে ৷

চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল খুমটাই
Last Updated : Dec 8, 2019, 12:31 PM IST

ABOUT THE AUTHOR

...view details