গোলাঘাট, 19 ফেব্ৰুৱাৰী : ক'লা পকাতাই এতিয়াও খেদি ফুৰিছে ৰাজ্যৰ একাংশ নেতাক ৷ শেহতীয়াকৈ গোলাঘাটত ক'লা পতাকাৰ সন্মুখীন হয় অতুল বৰা ৷
গোলাঘাটত অতুল বৰাক আছুৰ ক'লা পতাকা প্ৰদৰ্শন - নাগৰিকত্ব সংশোধনী আইন বাতিল
গোলাঘাটত ক'লা পতাকাৰ সন্মুখীন হয় অতুল বৰা ৷ আছুৱে প্ৰদৰ্শন কৰে ক'লা পতাকা ৷
গোলাঘাটত অতুল বৰাক আছুৰ ক'লা পতাকা প্ৰদৰ্শন
গোলাঘাট জিলা পুথিভঁৰালত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহে অতুল বৰা ৷ এই কাৰ্যসূচীলৈ আহি থকা অৱস্থাতে ৰদালি পইন্টত অতুল বৰাক ক'লা পতাকা প্ৰদৰ্শন কৰে আছুৱে ৷ ইয়াৰ উপৰিও চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে ৷ নাগৰিকত্ব (সংশোধনী) আইন, 2019 বাতিল নকৰা পৰ্যন্ত এই প্ৰতিবাদ অব্য়াহত থাকিব বুলি হুংকাৰ দিয়ে গোলাঘাট জিলা ছাত্ৰ সন্থাই ৷