অসম

assam

ETV Bharat / state

জনীয়াত সংযুক্ত গণতান্ত্ৰিক যুৱ মৰ্চাৰ যুৱ সমাৰোহ - জনীয়াত সংযুক্ত গণতান্ত্ৰিক যুৱ মৰ্চাৰ যুৱ সমাৰোহ

সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক যুৱ মৰ্চাৰ উদ্যোগত দেওবাৰে জনীয়া বজাৰত এখন যুৱ সমাৰোহ অনুষ্ঠিত হয় । আনোৱাৰ হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদ্দেশ্য ব্যাখ্যা কৰে যুৱ মৰ্চাৰ প্ৰশাসনিক সম্পাদক জেহেৰুল ইছলামে।

জনীয়াত সংযুক্ত গণতান্ত্ৰিক যুৱ মৰ্চাৰ যুৱ সমাৰোহ
জনীয়াত সংযুক্ত গণতান্ত্ৰিক যুৱ মৰ্চাৰ যুৱ সমাৰোহ

By

Published : Mar 7, 2021, 10:38 PM IST

জনীয়া, 7 মাৰ্চ :জনীয়া সমষ্টিৰ সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক যুৱ মৰ্চাৰ উদ্যোগত দেওবাৰে জনীয়া বজাৰত এখন যুৱ সমাৰোহ অনুষ্ঠিত হয় । যুৱ মৰ্চাৰ সভাপতি আনোৱাৰ হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত যুৱ সমাৰোহত উদ্দেশ্য ব্যাখ্যা কৰে জনীয়া সমষ্টিৰ যুৱ মৰ্চাৰ প্ৰশাসনিক সম্পাদক জেহেৰুল ইছলামে।

সভাত এআইইউডিএফৰ কেন্দ্ৰীয় কমিতিৰ সম্পাদক ঠাকুৰ চন্দ্ৰ মেধি, এআইউডিএফ নেতা তথা অধিবক্তা নুৰুল হক, ছুফিয়া খাতুন, জাফৰ আলী, মনোৱাৰ হুছেইন আদি উপস্থিত থাকে ৷ সভাত কৰ্মীসকলে জনীয়া সমষ্টিত বৰ্তমানৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামৰ টিকটৰ দাবী কৰে আৰু ৰফিকুল ইছলামক সমষ্টি উন্নয়ণৰ বাবে বিপুল ভোটত জয়ী কৰিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক: তেজপুৰত অগপ শূন্য: বৃন্দাবন গোস্বামীৰ সমৰ্থকে জ্বলাই দিলে দলৰ নথি-পত্ৰ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details