অসম

assam

ETV Bharat / state

গোৱালপাৰা এন আৰ চি কেন্দ্ৰ সমূহত নিমাওমাও পৰিৱেশ

বতৰ বিঘিনিৰ বাবেই এন আৰ চি কেন্দ্ৰ সমূহত নাই ৰাইজৰ সমাগম।

এনআৰচি কেন্দ্ৰ সমূহত নিমাওমাও পৰিৱেশ

By

Published : Aug 31, 2019, 11:59 AM IST

গোৱালপাৰা, 31 আগষ্টঃ আজি প্ৰকাশ পালে এন আৰ চিৰ চূড়ান্ত খচৰা ৷ গোৱালপাৰা জিলাৰ এন আৰ চি কেন্দ্ৰ সমূহত নিমাওমাও পৰিৱেশে বিৰাজ কৰিছে ৷ বতৰৰ বিঘিনিৰ বাবেই এন আৰ চি কেন্দ্ৰ সমূহত নাই ৰাইজৰ সমাগম। যদিও প্ৰশাসনে এন আৰ চি কেন্দ্ৰ সমূহত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে ৷

এনআৰচি কেন্দ্ৰ সমূহত নিমাওমাও পৰিৱেশ

ABOUT THE AUTHOR

...view details