হাই মাদ্ৰাছাৰ তৃতীয় স্থানত গোৱালপাৰাৰ ইলিয়াছ ৰহমান - গোৱালপাৰাৰ ইলিয়াছ ৰহমান
দৈনন্দিন ৬ ঘণ্টাকৈ অধ্যয়ন কৰি হাই মাদ্ৰাছা পৰীক্ষাত তৃতীয় স্থান পাবলৈ সক্ষম হোৱাৰ কথা উল্লেখ ইলিয়াছ ৰহমানৰ । ভৱিষ্যতে এজন সুদক্ষ চিকিৎসক হোৱাৰ ইচ্ছা ছাত্ৰগৰাকীৰ

হাই মাদ্ৰাছা পৰীক্ষাত তৃতীয় স্থানত গোৱালপাৰাৰ ইলিয়াছ ৰহমান
গোৱালপাৰা, 15মে': হাই মাদ্ৰাছা পৰীক্ষাত তৃতীয় স্থানত উজলিল গোৱালপাৰাৰ ইলিয়াছ ৰহমান ৷ ইলিয়াছ গোৱালপাৰা জিলাৰ ধূমেৰঘাটৰ আমবাৰী কৰ্তিমাৰী হাই মাদ্ৰাছাৰ ছাত্ৰ ৷ নুৰ মহম্মদ আৰু নুৰ নেহাৰ বেগমৰ পুত্ৰ ইলিয়াছ ৰহমান । দৈনন্দিন ৬ ঘণ্টাকৈ অধ্যয়ন কৰি হাই মাদ্ৰাছা পৰীক্ষাত তৃতীয় স্থান পাবলৈ সক্ষম হোৱাৰ কথা উল্লেখ ইলিয়াছ ৰহমানৰ । ভৱিষ্যতে এজন সুদক্ষ চিকিৎসক হোৱাৰ ইচ্ছা ছাত্ৰগৰাকীৰ ।
হাই মাদ্ৰাছা পৰীক্ষাত তৃতীয় স্থানত গোৱালপাৰাৰ ইলিয়াছ ৰহমান