গোৱালপাৰাত পথ দুৰ্ঘটনা, নিহত ১ - goalpara
গোৱালপাৰাৰ ভালুকডুবিত দুৰ্ঘটনা । বাইক আৰু বলেৰ'ৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত মফিদুল ইছলাম নামৰ 25 বছৰী য়াযুৱক ।

গোৱালপাৰাত পথ দুৰ্ঘটনা, নিহত ১
গোৱালপাৰা, ১৫ মে': গোৱালপাৰাৰ ভালুকডুবিত পথ দুৰ্ঘটনা । শুকুৰবাৰে সংঘটিত হয় এই ঘটনা । বাইক আৰু বলেৰ' পিকআপ ভানৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত মফিদুল ইছলাম নামৰ 25 বছৰীয়া যুৱকজন । মুৰ্গী ভৰ্তি বলেৰ' পিকাআপ ভান বিপৰীত দিশৰ পৰা আহি বাইকত খুন্দিয়াৰ ফলত থিতাতে নিহত হয় বাইক আৰোহী জন । আনহাতে, ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত পক্ৰিয়া ।