গোৱালপাৰা, 28 ছেপ্টেম্বৰ :গোৱালপাৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিমূৰ্তি দাহ কৰি ছাত্ৰ মুক্তি আৰু কৃষক মুক্তিৰ প্ৰতিবাদ ৷ কৃষক বিৰোধী আইন বাতিলৰ দাবীত সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্যসূচী ৷
জলেশ্বৰত কৃষক বিৰোধী আইন বাতিলৰ দাবীত প্ৰতিবাদ - জলেশ্বৰত কৃষক বিৰোধী আইন বাতিলৰ দাবীত প্ৰতিবাদ
গোৱালপাৰা জলেশ্বৰত কৃষক বিৰোধী আইন বাতিলৰ দাবীত ছাত্ৰ মুক্তি আৰু কৃষক মুক্তিৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিমূৰ্তি দাহ। কৃষক আইন বাতিল নকৰা পৰ্যন্ত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ আন্দোলন অব্যাহত থাকিব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰীয়ে।
![জলেশ্বৰত কৃষক বিৰোধী আইন বাতিলৰ দাবীত প্ৰতিবাদ জলেশ্বৰত কৃষক বিৰোধী আইন বাতিলৰ দাবীত প্ৰতিবাদ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8963782-1041-8963782-1601254661129.jpg)
জলেশ্বৰত কৃষক বিৰোধী আইন বাতিলৰ দাবীত প্ৰতিবাদ
উল্লেখ্য যে, প্ৰতিবাদকাৰী সকলে কৃষক বিৰোধী আইন বাতিল কৰক, কৃষক বিৰোধী বিজেপি গ' বেক আদি শ্ল'গানেৰে উত্তাল কৰি তোলে সমগ্ৰ পৰিৱেশ । উল্লেখ্য যে, কৃষক আইন বাতিল নকৰা পৰ্যন্ত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ আন্দোলন অব্যাহত থাকিব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰীয়ে।
লগতে পঢ়ক :পথ দুৰ্ঘটনাত থিতাতে নিহত এজন