গোৱালপাৰা, ১৩ মে': গোৱালপাৰা পূৱ সমষ্টিৰ বিধায়ক এ কে ৰোচিদ আলমৰ বিৰুদ্ধে আৰক্ষীৰ নিজাববীয়াকৈ গোচৰ । বিধায়ক গৰাকীয়ে কনটেনমেইণ্ট জ'নৰ নীতি-নিয়ম উলংঘা কৰাৰ অভিযোগ আৰক্ষীৰ । বিধায়ক গৰাকীৰ ঘৰ কনটেনমেইণ্ট জ'নত থকাৰ পাছতো বিধায়ক গৰাকী বিভিন্ন অঞ্চল ঘূৰি ফুৰিছিল ।
বিধায়ক এ কে ৰোচিদ আলমৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ - কনটেনমেইণ্ট জ'ন
গোৱালপাৰাত বিধায়কৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ আৰক্ষীৰ । কনটেনমেইণ্ট জ'নৰ নীতি-নিয়ম উলংঘা কৰি গোৱালপাৰা পূৱ সমষ্টিৰ বিধায়ক এ কে ৰোচিদ আলমে বিভিন্ন অঞ্চল ঘূৰি ফুৰাৰ অভিযোগ উত্থাপন কৰিয়ে গোচৰ ৰুজু কৰে আৰক্ষীয়ে ।

গোৱালপাৰাত বিধায়কৰ বিৰুদ্ধে আৰক্ষীৰ নিজাববীয়াকৈ গোচৰ
বিধায়ক গৰাকীৰ ঘৰ কিছমতপুৰ ৷ কিছমতপুৰত কৰ'ণা আক্ৰান্ত ৰোগী আছিল কাৰণেই অঞ্চলটো কণটেইনমেণ্ট জ'নত ৰাখিছিল প্ৰশাসনে । কিন্তু বিধায়ক গৰাকীয়ে কনটেনমেইণ্ট জ'নৰ নীতি-নিয়ম উলংঘা কৰাৰ অভিযোগ আৰক্ষীৰ ।
বিধায়ক গৰাকীৰ ঘৰ কনটেনমেইণ্ট জ'নত থকাৰ পাছতো বিধায়ক গৰাকীয়ে বিভিন্ন অঞ্চল ঘূৰি ফুৰিছিল । বিধায়ক গৰাকীৰ ঘৰ কিছমতপুৰ, কিছমতপুৰত কৰ'ণা আক্ৰান্ত ৰোগী আছিল কাৰণেই অঞ্চলটো কণটেইনমেণ্ট জনত ৰাখিছিল প্ৰশাসনে ।