অসম

assam

ETV Bharat / state

বিষাক্ত সুৰাপানৰ ফলত অব্যাহত মৃত্যুযাত্ৰা - ইটিভি অসম

শনিবাৰে নিশা চুলাই মদ পান কৰিছিল পাপু বাকতি নামৰ যুৱকজনে

etv bharat

By

Published : Feb 24, 2019, 10:10 PM IST


নিউজ ডেস্ক, ২৪ ফেব্ৰুৱাৰী : বিষাক্ত সুৰা সেৱনৰ ফলত মৃত্যু যোৰহাটৰ লহপিয়া বাগানৰ যুৱকৰ। শনিবাৰে নিশা চুলাই মদ সেৱন কৰিছিল পাপু বাকতি নামৰ যুৱকজনে।

liquor

দেওবাৰে পুৱাৰ ভাগত যুৱকজনক অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে যোৰহাট চিকিতসা মহাবিদ্যালয়লৈ আনিছিল যদিও আদবাটতে মৃত্যু ঘটে দুৰ্ভগীয়া যুৱকজনৰ।

ABOUT THE AUTHOR

...view details