অসম

assam

By

Published : Jun 8, 2020, 2:07 PM IST

ETV Bharat / state

ছেৱা নৈত পৰি এজনৰ সলিল সমাধি

গোৱালপাৰা জিলাৰ ধূপধৰাত ছেৱা নৈৰ বাঢ়নী পানীত পৰি মৃত্যু হয় উমেশ দাস (৪৪) নামৰ এগৰাকী লোকৰ ৷

one person drowned in sewa river in goalpara
one person drowned in sewa river in goalpara

গোৱালপাৰা, 8 জুনঃ গোৱালপাৰা জিলাৰ ধূপধৰাত সংঘটিত অঘটন ৷ নৈৰ বাঢ়নী পানীত পৰি মৃত্যু হয় এজন লোকৰ ৷ ধূপধৰাৰ খুটাবাৰীৰ ভকতপাৰাত ছেৱা নৈত পৰি মৃত্যু হয় উমেশ দাস (৪৪) নামৰ লোক গৰাকীৰ ৷ স্থানীয় ৰাইজ আৰু ধূপধাৰা আৰক্ষীয়ে নৈৰ পৰা জালেৰে উদ্ধাৰ কৰে উমেশ দাসৰ মৃতদেহটো ৷

ধূপধৰাত ছেৱা নৈত পৰি সলিল সমাধি এজন লোকৰ

আকক্ষীয়ে প্ৰাথমিক তদন্ত কৰি ধূপধৰা থানালৈ মৃতদেহটো নি পৰৱৰ্তী সময়ত, মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে গোৱালপাৰা জিলা অসামৰিক চিকিৎসালয়লৈ ৷

লগতে পঢ়কঃনৈত সাঁতুৰিবলৈ গৈ সলিল সমাধি ছাত্ৰৰ ৷

ABOUT THE AUTHOR

...view details