দুধনৈ,12 জানুৱাৰীঃদুধনৈত অনুষ্ঠিত কৰা হৈছে নিখিল ৰাভা ছাত্ৰ সন্থাৰ সপ্তদশ দ্বি-বাৰ্ষিক আৰু নিখিল ৰাভা মহিলা পৰিষদৰ দশম দ্বি-বাৰ্ষিক অধিৱেশন ৷ অন্তিম দিনৰ কাৰ্যসূচী হিচাপে উলিওৱা হয় এক বৰ্ণিল শোভাযাত্ৰা ৷ শোভাযাত্ৰাৰ উদ্বোধন কৰে ৰাভা হাছং স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা আৰু গোৱালপৰা জিলাৰ উপায়ুক্ত বৰ্ণালী ডেকাই ৷ সমন্বয়ৰ বাৰ্তা কঢ়িওৱা উক্ত কাৰ্যসূচীত বিভিন্ন জনগোষ্ঠীৰ লোকেৰে লোকাৰণ্য হৈ পৰে অধিৱেশনস্থলী ৷
নিখিল ৰাভা ছাত্ৰ সন্থাৰ লগতে নিখিল ৰাভা মহিলা পৰিষদৰ দ্বি-বাৰ্ষিক অধিৱেশন - Nikhil Rabha women association 10th conclave
দুধনৈত অনুস্থিত কৰা হৈছে নিখিল ৰাভা ছাত্ৰ সন্থাৰ সপ্তদশ দ্বি-বাৰ্ষিক আৰু নিখিল ৰাভা মহিলা পৰিষদৰ দশম দ্বি-বাৰ্ষিক অধিৱেশন ৷ শুকুৰবাৰৰ অন্তিম দিনৰ কাৰ্যসূচী হিচাপে উলিওৱা হয় বৰ্ণিল শোভাযাত্ৰা ৷
![নিখিল ৰাভা ছাত্ৰ সন্থাৰ লগতে নিখিল ৰাভা মহিলা পৰিষদৰ দ্বি-বাৰ্ষিক অধিৱেশন Nikhil Rabha student Union 17th and Nikhil Rabha women association 10th conclave](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5680954-thumbnail-3x2-g.jpg)
নিখিল ৰাভা ছাত্ৰ সন্থাৰ সপ্তদশ দ্বি-বাৰ্ষিক আৰু নিখিল ৰাভা মহিলা পৰিষদৰ দশম দ্বি-বাৰ্ষিক অধিৱেশন
নিখিল ৰাভা ছাত্ৰ সন্থাৰ সপ্তদশ দ্বি-বাৰ্ষিক আৰু নিখিল ৰাভা মহিলা পৰিষদৰ দশম দ্বি-বাৰ্ষিক অধিৱেশন
লগতে পঢ়ক-ৰাজ্যজুৰি আছুৰ নেতৃত্বত জোঁৰ সমদল