গোৱালপাৰা, 27 চেপ্তেম্বৰঃ গোৱালপাৰা মহাবিদ্যালয় ছাত্ৰ একতা সভা নিৰ্বাচনৰ নিৰ্বাচিত প্ৰাৰ্থীক লৈ সংবাদমেল স্থানীয় বিধায়কৰ ৷ গোৱালপাৰা জিলা কংগ্ৰেছ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি ABVP আৰু ছাত্ৰ মুক্তিক তীক্ষ্ণ সমালোচনা গোৱালপাৰা পূব সমষ্টিৰ বিধায়ক এ কে ৰছিদ আলমৰ । সংবাদমেলত, এন এছ ইউ আইৰ পৰা নিৰ্বাচিত প্ৰাৰ্থীক সম্বৰ্ধনা জনায় বিধায়ক আলমে । লগতে বিধায়ক এ কে ৰাছিদ আলমে ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফলক লৈ যথেষ্ট সুখী বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে । সংবাদমেলত, ABVP হৈছে RSS ৰ এটা অংশ, RSS তথা বিজেপিক কেতিয়াও গোৱালপাৰা ছাত্ৰ সমাজ,নৱপ্ৰজন্ম তথা গোৱালপাৰাবাসী ৰাইজে গ্ৰহণ কৰি নলয় তাৰ এক উদাহৰণ গোৱালপাৰা ছাত্ৰ একতা সভাৰ নিৰ্বাচন বুলি মন্তব্য কৰে বিধায়কজনে ।
ছাত্ৰ একতা সভাৰ নিৰ্বাচনকলৈ সংবাদমেল বিধায়কৰ - ছাত্ৰ মুক্তি
সংবাদমেলত এন এছ ইউ আইৰ পৰা নিৰ্বাচিত প্ৰাৰ্থীক সম্বৰ্ধনা জনায় বিধায়ক আলমে । লগতে বিধায়ক এ কে ৰাছিদ আলমে ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফলক লৈ যথেষ্ট সুখী বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে ৷
ছাত্ৰ একতা সভাৰ নিৰ্বাচনকলৈ সংবাদমেল বিধায়কৰ
আনহাতে, গোৱালপাৰা কলেজৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সাধাৰণ সম্পাদকৰ লগতে এন এছ ইউ আইৰ দখলত থাকে কেবাটাও পদ ।