অসম

assam

ETV Bharat / state

লক ডাউনৰ ফলত চৰম ক্ষতিগ্ৰস্ত গোৱালপাৰাৰ উদ্যোগী যুৱক - লক ডাউন অসম

নগৰবেৰাৰ চেনামাৰা গাঁৱৰ যুৱক আবুতালেৱ হকে স্থানীয় মুৰ্গীৰ ফাৰ্মৰ লগতে কৰিছিল বহৎ পৰিমাণৰ ৰঙালাউৰ খেতি ৷ কিন্তু লক ডাউনৰ ফলত চৰম ক্ষতিগ্ৰস্ত হৈছে যুৱকজন ৷

lock down impact on farmer at Goalpara
লক ডাউনৰ ফলত চৰম ক্ষতিগ্ৰস্ত গোৱালপাৰাৰ উদ্যোগী যুৱক

By

Published : Apr 27, 2020, 5:38 PM IST

গোৱালপাৰা,27 এপ্ৰিলঃ লক ডাউনৰ বাবে চৰম দুৰ্যোগৰ সন্মুখীন হৈছে ৰাজ্যৰ কৃষক সমাজ ৷ লগতে চৰম লোকচানৰ সন্মুখীন হৈছে নিজৰ কষ্টোপাৰ্জিত ধনেৰে ব্যৱসায় আৰম্ভ কৰা নিবনুৱা যুৱক-যুৱতী ৷ নগৰবেৰাৰ চেনামাৰা গাঁৱৰ যুৱক আবুতালেৱ হকে স্থানীয় মুৰ্গীৰ ফাৰ্মৰ লগতে কৰিছিল বহৎ পৰিমাণৰ ৰঙালাউৰ খেতি ৷ কিন্তু লক ডাউনৰ ফলত চৰম ক্ষতিগ্ৰস্ত হৈছে যুৱকজন ৷ উপযুক্ত আহাৰ তথা প্ৰয়োজনীয় ঔষধৰ অভাৱত প্ৰতিদিনে মৃত্যু হৈছে শ শ মুৰ্গীৰ ৷ লগতে বিক্ৰীৰ অভাৱত ঘৰতে নষ্ট হৈছে নিজৰ কেইবা বিঘা ভূমিত কৰা ৰঙালাউৰ খেতিও ৷

লক ডাউনৰ ফলত চৰম ক্ষতিগ্ৰস্ত গোৱালপাৰাৰ উদ্যোগী যুৱক

নিজৰ কষ্টৰ ধনেৰে কৰা মুৰ্গীৰ ফাৰ্ম আৰু ৰঙালাউৰ খেতিত হোৱা বৃহৎ ক্ষতিয়ে বাৰুকৈয়ে চিন্তিত কৰি তুলিছে যুৱকজনক ৷ এই ক্ষেত্ৰত চৰকাৰৰ তৰফৰ পৰা কিছু সাহাৰ্যৰ আহ্বান জনাইছে আবুতালেব হকে ৷

লগতে পঢ়ক-নগা তেজৰ ওপৰত গৱেষণা কৰিবলৈ সাজু আমেৰিকা

ABOUT THE AUTHOR

...view details