গোৱালপাৰা,9 ডিচেম্বৰ: ধৰ্ষণ,যৌন নিৰ্যাতনৰ বিৰুদ্ধে চৰকাৰে কঠোৰ আইন বলৱৎ কৰাৰ পিছতো যৌন সমন্ধীয় অপৰাধৰ ঘটনা সংঘটিত হৈয়েই আছে । নগৰবেৰাৰ গাগলমাৰীত এটি ৪ বছৰীয়া কনমাণিক ধৰ্ষণৰ চেষ্টা চলালে এজন ৫০ বছৰীয়া বৃদ্ধই। এই ঘটনাৰ পিচতে নগৰবেৰা আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে।
গোৱালপাৰাত 4 বছৰীয়া শিশুক যৌন নিৰ্যাতনৰ অপচেষ্টা ৫০ বছৰীয়া বৃদ্ধৰ