গোৱালপাৰা,৯ ফেব্ৰুৱাৰীঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ছাত্ৰ মুক্তি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ সাব্য়স্ত কৰে। প্ৰতিবাদকাৰী সকলে ৰাজপথত ক'লা পতাকা প্ৰদৰ্শন কৰি নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ কৰে।
নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত গোৱালপাৰাত প্ৰতিবাদ
ৰাজপথত ক'লা পতাকা প্ৰদৰ্শন কৰি নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ কৰে
নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত গোৱালপাৰাত প্ৰতিবাদ
তাৰোপৰি গোৱালপাৰা মহাবিদ্যালয়ৰ সন্মুখত আগিয়া-গোৱালপাৰা পথত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি বিজেপি চৰকাৰখনক ধিক্কাৰ দিয়ে । অৱশেষত গোৱালপাৰা আৰক্ষী উপস্থিত হৈ কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মীসকলৰ পৰা ক'লা পতাকা সমূহ জব্দ কৰে।