অসম

assam

ETV Bharat / state

নিজ হাতেৰে কাৰাগাৰ নিৰ্মাণ কৰাৰ এটা সঁচা কাহিনী - গোৱালপাৰা ডিটেনশ্যন কেম্প

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহ মন্ত্ৰী অমিত শ্বাহৰ মতে ভাৰতবৰ্ষৰ ভিতৰত নাই এটাও ডিটেনশ্যন কেম্প নাই যদিও অসমত গোৱালপাৰা, কোকৰাঝাৰ,তেজপুৰ,যোৰহাট,শিলচৰ আৰু ডিব্ৰুগড়ত আছে ডিটেনশ্যন কেম্প ৷

গোৱালপাৰাত শৰনাৰ্থীৰ বাবে ডিটেনশ্যন কেম্প
গোৱালপাৰাত শৰনাৰ্থীৰ বাবে ডিটেনশ্যন কেম্প

By

Published : Dec 27, 2019, 3:33 PM IST

গোৱালপাৰা, 27 ডিচেম্বৰ: ৪৫ কোটি টকা ব্যয়ৰে ৪ হেক্টৰ ভূমিত নিৰ্মাণ কাৰ্য চলি আছে এছিয়া মহাদেশৰ সৰ্ববৃহৎ ডিটেনশ্যন কেম্পটোৰ ৷ গোৱালপাৰাৰ মাটিয়াত নিৰ্মাণ হৈ থকা এই ডিটেনশ্যন কেম্পটোত আছে ৩ হেজাৰ লোকৰ খোৱা আৰু থকাৰ সুব্যৱস্থা,পুৰুষ-মহিলাৰ বাবে পৃথকে পৃথকে কোঠা ৷ বিদেশী ন্যায়াধিকৰণৰ দ্বাৰা বিদেশী ঘোষিত হোৱা নাগৰিক সকলৰ বাবে নিৰ্মাণ কৰি থকা ডিটেনশ্যন কেম্পটোৰ নিৰ্মাণ কাৰ্য চলিত বৰ্ষৰ ডিচেম্বৰ মাহতে সম্পূৰ্ণ কৰিবলৈ উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছিল যদিও এই পৰ্যন্ত সম্পূৰ্ণ হোৱা নাই নিৰ্মাণকাৰ্য ৷ ক্ৰমান্বয়ে চলি গৈছে কেম্পটোৰ কাম ৷ কি কি সুবিধা থাকিব এছিয়াৰ এই সৰ্ববৃহৎ ডিটেনশ্যন কেম্পটোত ? সংবাদদাতা জাহিদুল ইছলামৰ এক প্ৰতিবেদন...

গোৱালপাৰাত শৰনাৰ্থীৰ বাবে ডিটেনশ্যন কেম্প

ABOUT THE AUTHOR

...view details