গোৱালপাৰা, 26 মে’:গোৱালপাৰাৰ বলবলাত ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি । মেঘালয়ৰ পাহাৰৰ পৰা নামি অহা পানীৰ ফলত গোৱালপাৰাৰ 20 খনতকৈ অধিক গাঁও প্লাৱিত হোৱা বুলি জানিব পৰা গৈছে । লগতে বিস্তৰ ক্ষতি সাধন হৈছে কৃষকসকলৰ ।
জলমগ্ন গোৱালপাৰা, কি কয় স্থানীয় ৰাইজে ! - গোৱালপাৰাতো ভয়াৱহ বানৰ আতংক
ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে নামনিৰ গোৱালপাৰাতো ভয়াৱহ বানৰ আতংক ৷ 20 খনতকৈও অধিক গাঁও বানে বুৰাই নিয়াৰ লগতে শ শ বিঘা ধান খেতি নষ্ট কৰিছে বানে ৷
![জলমগ্ন গোৱালপাৰা, কি কয় স্থানীয় ৰাইজে ! জলমগ্ন গোৱালপাৰা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7356131-859-7356131-1590500397651.jpg)
জলমগ্ন গোৱালপাৰা
জলমগ্ন গোৱালপাৰা
বৰ্তমান পানীৰ তলত শ শ বিঘা ধান খেতি আৰু এই বানৰ ফলত পশু ধনৰো ক্ষতি সাধন হৈছে ।
লগতে পঢ়ক: চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ডুমডুমাত প্ৰতিবাদ
Last Updated : May 26, 2020, 8:53 PM IST