গোৱালপাৰা, 4 মেঃকেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগৰ নিৰ্দেশনাৰ পৰৱৰ্তী সময়তে ৰাজ্যৰ বহুকেইখন জিলাত ঘোষণা কৰা হৈছে সতৰ্কবানী ৷ সাগৰীয় ধুমুহা ফনীক লৈ এইদৰে জাৰী কৰা হৈছে সতৰ্কবাণী ৷
ফনীৰ প্ৰভাৱঃ গোৱালপাৰা প্ৰশাসনৰ সতৰ্কবাণী - সাগৰীয় ধুমুহা
সাগৰীয় ধুমুহা ফনীক লৈ সকৰ্তবানী ঘোষণা কৰিছে গোৱালপাৰা জিলা প্ৰশাসনে ৷ কেন্দ্ৰীয় বতৰ বিজ্ঞানৰ ঘোষণাৰ পাছতে জিলাখনত জাৰী কৰা হৈছে সতৰ্কবানী ৷
![ফনীৰ প্ৰভাৱঃ গোৱালপাৰা প্ৰশাসনৰ সতৰ্কবাণী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3187869-thumbnail-3x2-0.jpg)
গোৱালপাৰা প্ৰশাসনৰ সতৰ্কবানী জাৰী
গোৱালপাৰা প্ৰশাসনৰ সতৰ্কবানী জাৰী
ইতিমধ্যে ৰাজ্যৰ আন প্ৰান্তৰ লগতে গোৱালপাৰা জিলাটো ঘোষণা কৰা হৈছে সতৰ্কবাণী ৷ পাঁচ মে'ত জিলাখনত ঘন্টাত ৫০-৬০ কিলোমিটাৰ বেগেৰে প্ৰৱেশ কৰিব ফনীয়ে ৷ ইয়াকে লৈ জিলাখনৰ সকলো ৰাইজ তথা ব্ৰহ্মপুত্ৰৰ বুকুত থকা মাছমৰীয়াক সুৰক্ষিত স্থানত থাকিবলৈ সতৰ্ক কৰি দিছে জিলা প্ৰশাসন আৰু দুৰ্যোগ প্ৰশমন ব্যৱস্থাপনা প্ৰাধিকৰণে ৷