গোৱালপাৰা, 27 নৱেম্বৰঃ গোৱালপাৰা জিলাৰ বলদমাৰী চৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ফৰেষ্ট গেটৰ কেইবাটাও দৰিদ্ৰ পৰিয়ালৰ মাজত শুক্ৰবাৰে কম্বল বিতৰণ কৰে বেচৰকাৰী সংস্থা মাহ (MAH) ফাউণ্ডেশ্যনৰ মুখ্য সঞ্চালক আমিনুল হকে । সাংবাদিকে জানিবলৈ দিয়া অনুসৰি প্ৰায় 100 টা পৰিয়ালৰ মাজত কম্বল বিতৰণ কৰে আমিনুল হকে ৷
বেচৰকাৰী সংস্থাৰ দ্বাৰা গোৱালপাৰাত দৰিদ্ৰ পৰিয়ালক কম্বল বিতৰণ - 100 টা পৰিয়ালৰ মাজত কম্বল বিতৰণ কৰে আমিনুল হকে ৷
কেইবাটাও দৰিদ্ৰ পৰিয়ালৰ মাজত শুক্ৰবাৰে কম্বলক বিতৰণ কৰে মাহ (MAH) ফাউণ্ডেশ্যনৰ মুখ্য সঞ্চালক আমিনুল হকে । আমিনুল হকে বিগত কেইবা মাহ ধৰি আৰ্থিক ভাৱে পিছ পৰা লোক সকলক সহায়ৰ হাত আগবঢ়াই আহিছে ৷
![বেচৰকাৰী সংস্থাৰ দ্বাৰা গোৱালপাৰাত দৰিদ্ৰ পৰিয়ালক কম্বল বিতৰণ blangket distrubute frm aminul houq](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9682870-978-9682870-1606469869923.jpg)
100 টা দৰিদ্ৰ পৰিয়ালক কম্বল বিতৰণ আমিনুল হকৰ
আমিনুল হকে বিগত কেইবা মাহ ধৰি আৰ্থিক ভাৱে পিছ পৰা লোক সকলক সহায়ৰ হাত আগবঢ়াই আহিছে ৷ দৰিদ্ৰ লোকৰ প্ৰতি আমিনুল হকৰ এই মহানুভৱতাক সকলোৱে শলাগ জনাইছে ৷