অসম

assam

ETV Bharat / state

গোৱালপাৰাৰ জলেশ্বৰত ভোটাৰৰ লানি নিছিগা শাৰী - গোৱালপাৰা

গোৱালপাৰা জলেশ্বৰ সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰ সমূহতো ৰাতিপুৱাৰে পৰা ভোটাৰৰ লানি নিছিগা শাৰী৷ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত উৎসৱ মুখৰ পৰিৱেশ ৷

গোৱালপাৰাৰ জলেশ্বৰত ভোটাৰৰ লানি নিছিগা শাৰী

By

Published : Apr 23, 2019, 5:28 PM IST


গোৱালপাৰা, 23 এপ্ৰিলঃ হিলদল ভাঙি ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিল ৰাজ্যৰ জনসাধাৰণ৷ গোৱালপাৰা জলেশ্বৰ সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰ সমূহতো ৰাতিপুৱাৰে পৰা ভোটাৰৰ লানি নিছিগা শাৰী৷ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত উৎসৱ মুখৰ পৰিৱেশ ৷ বিশেষকৈ পুৰুষ ভোটাৰতকৈ মহিলা ভোটাৰৰ মাজত দেখিবলৈ পোৱা গৈছে বেছি উছাহ ৷

গোৱালপাৰাৰ জলেশ্বৰত ভোটাৰৰ লানি নিছিগা শাৰী

এই দৃশ্য 39 নং জলেশ্বৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত ভিন্ন ভোটগ্ৰহণ কেন্দ্ৰৰ ৷ পুৱাৰে পৰা পুৰুষৰ সমান্তৰালকৈ শ শ মহিলা ভোটাৰে শাৰী পাতি ভোটাধিকাৰ সাব্যস্ত কৰিছে ৷ উল্লেখযোগ্য যে পূৰ্বৱৰ্তী বিধানসভা নিৰ্বাচনত অসমৰ ভিতৰত সৰ্বাধিক ভোটদান কৰি শীৰ্ষস্থান দখল কৰিছিল জলেশ্বৰ সমষ্টিৰ ভোটাৰে ৷

ABOUT THE AUTHOR

...view details