গোৱালপাৰাত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য - মুঠ ৪৮ টকা লাখ টকা আৰ্থিক সাহায্য আগবঢ়ায় বনমন্ত্ৰী গৰাকীয়ে
গোৱালপাৰাত উপস্থিত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য৷ গোৱালপাৰা জিলাত হাতী-মানুহৰ সংঘাটত নিহত হোৱা ১২ টাকৈ পৰিয়াললৈ আগবঢ়োৱা হয় আৰ্থিক সাহায্য ৷ প্ৰতিটো পৰিয়াললৈ ৪ লাখকৈ মুঠ ৪৮ টকা লাখ টকা আৰ্থিক সাহায্য আগবঢ়ায় বনমন্ত্ৰী গৰাকীয়ে ৷
![গোৱালপাৰাত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4369453-thumbnail-3x2-goalpara.jpg)
গোৱালপাৰাত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য
গোৱালপাৰা, 7 চেপ্তেম্বৰঃ গোৱালপাৰাত উপস্থিত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য ৷ গোৱালপাৰা জিলাত হাতী-মানুহৰ সংঘাটত নিহত হোৱা ১২টা পৰিয়ালক আগবঢ়োৱা হয় আৰ্থিক সাহায্য ৷ প্ৰতিটো পৰিয়ালক ৪ লাখকৈ মুঠ ৪৮ টকা লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়ায় বনমন্ত্ৰী গৰাকীয়ে ৷ গোৱালপাৰা জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত সভাৰ জৰিয়তে আগবঢ়োৱা হয় এই সাহায্য ৷ জিলা খনৰ মীন বিভাগ, আৱকাৰী বিভাগ আৰু বন বিভাগৰ বিষয়া কৰ্মচাৰীৰ সৈতে এক আলোচনাত মিলিত হৈ বিভিন্ন আঁচনিৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে ৷
গোৱালপাৰাত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য