গোৱালপাৰা20 এপ্ৰিলঃ সংবাদমেলত কৃষক ৰাইজক কৃষিকৰ্ম কৰাৰ অনুমতি দিয়াৰ লগতে কৃষকৰ উৎপাদিত ফচল বিক্ৰী কৰাৰ বাবে বিষেক পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে কৃষি মন্ত্ৰী অতুল বৰাই।
গোৱালপাৰাত কৃষি মন্ত্ৰী অতুল বৰাৰ সংবাদমেল - কৃষি সঁজুলি,সাৰ, বীজ,
গোৱালপাৰা দৰংগিৰীৰ কল যাব দিল্লীলৈ ইয়াৰ উপৰি গোৱালপাৰা দৰংগিৰীৰ কল ৰেলৰে যাব ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যলৈ ৷

গোৱালপাৰাত কৃষি মন্ত্ৰী অতুল বৰাৰ সংবাদমেল
বিশেষ ৰেলযোগে গোৱালপাৰা দৰংগিৰীৰ কল যাব দিল্লীলৈ। দিল্লীৰ উপৰিও গোৱালপাৰা দৰংগিৰীৰ কল ৰেলৰে যাব ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যলৈ। মন্ত্ৰী বৰাই এচিয়া মহাদেশৰ ভিতৰত সৰ্ববৃহৎ কলৰ বজাৰদৰংগীৰি কলৰ বজাৰ পৰিদৰ্শন কৰি কল খেতিয়ক সকলৰ সৈতে মিলিত হোৱাৰ পাছতে এই সিদ্ধান্ত মন্ত্ৰী বৰাৰ।লগতে কৃষকৰ বাবে প্ৰয়োজনীয় কৃষি সঁজুলি,সাৰ,বীজ,আদিৰ দোকান পোহাৰ খুলি দিয়াৰ কথা উল্লেখ কৰি কয় যে কৃষি বিভাগে শীঘ্ৰে খেতিয়কক বিতৰণ কৰিব ট্ৰেক্টৰ,পাৱাৰ টিলাৰ আৰু জল উত্তোলক মেচিন।
গোৱালপাৰাত কৃষি মন্ত্ৰী অতুল বৰাৰ সংবাদমেল