গোৱালপাৰা, 25 চেপ্তেম্বৰ:গোৱালপাৰাৰ অতিৰিক্ত উপায়ুক্ত জয়ন্ত দাসৰ আত্মহত্যা ৷ ডিঙিত চিপ লৈ আত্মহত্যা কৰে অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে ৷ গোৱালাপাৰাস্থিত চৰকাৰী বাসভৱনত আত্মহত্যা কৰে অতিৰিক্ত উপায়ুক্ত জয়ন্ত দাসে ৷ জানিব পৰা মতে, বিগত কেইবাদিনো ধৰি মানসিক অশান্তিত ভুগি আছিল অতিৰিক্ত উপায়ুক্ত গৰাকী ৷ ৰহস্যজনকভাৱে আত্মহত্যা কৰা অতিৰিক্ত উপায়ুক্ত গৰাকীৰ সৈতে একেলগে আছিল তেওঁ পত্নী আৰু পুত্ৰও ৷
গোৱালপাৰাৰ অতিৰিক্ত উপায়ুক্ত জয়ন্ত দাসৰ আত্মহত্যা - গোৱালপাৰাৰ অতিৰিক্ত উপায়ুক্ত জয়ন্ত দাসৰ আত্মহত্যা
ৰহস্যজনকভাৱে আত্মহত্যা কৰে গোৱালপাৰাৰ অতিৰিক্ত উপায়ুক্ত জয়ন্ত দাসে ৷ গোৱালাপাৰাস্থিত চৰকাৰী বাসভৱনত আত্মহত্যা অতিৰিক্ত উপায়ুক্ত গৰাকীৰ ৷
![গোৱালপাৰাৰ অতিৰিক্ত উপায়ুক্ত জয়ন্ত দাসৰ আত্মহত্যা গোৱালপাৰাৰ অতিৰিক্ত উপায়ুক্ত](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8931650-thumbnail-3x2-kk.jpg)
গোৱালপাৰাৰ অতিৰিক্ত উপায়ুক্ত