অসম

assam

ডিমা হাছাওত দুগৰাকী ব্যক্তি ক’ভিড-19 ত আক্ৰান্ত

By

Published : Apr 12, 2021, 10:19 PM IST

ৰাজ্যত পুনৰ বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড-19 ৰ ঘটনা ৷ এইবাৰ ডিমা হাছাওৰ দুগৰাকী ব্যক্তিৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি । সোমবােৰ ৰেপিড এণ্টিজেন পৰীক্ষাত দুয়োগৰাকী লোকৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰে বুলি জানিবলৈ দিয়ে জিলা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ যুটীয়া সঞ্চালিকা ডাঃ দীপালী বৰ্মনে ।

two more covid cases in dima hasao
ডিমা হাছাও জিলাত দুগৰাকী ক’ভিড-19 আক্ৰান্ত

ডিমা হাছাও,12 এপ্ৰিল:ৰাজ্যত পুনৰ বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড-19 ৰ ঘটনা ৷ এইবাৰ ডিমা হাছাওৰ দুগৰাকী ব্যক্তিৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি । সোমবােৰ ৰেপিড এণ্টিজেন পৰীক্ষাত দুয়োগৰাকী লোকৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰে বুলি জানিবলৈ দিয়ে জিলা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ যুটীয়া সঞ্চালিকা ডাঃ দীপালী বৰ্মনে ।

উল্লেখ্য যে, যোৱা তিনিটা দিনত কৰ’ণাৰ দ্বিতীয় ঢৌত জিলাখনত এতিয়ালৈকে মুঠ 8 গৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত হৈছে ৷ আক্ৰান্ত আটাইকেইগৰাকী ৰোগীক সম্প্ৰতি হোম আইশ্যলেছনত ৰখা হৈছে ।

লগতে পঢ়ক :টিংখাঙত চোতাল সভা নামেৰে এক ব্যাতিক্ৰমি অনুষ্ঠান

ABOUT THE AUTHOR

...view details