ডিমা হাছাও 19 জুলাইঃ ১৯ জুলাইৰ পৰা পাহাৰ লাইনত পৰীক্ষামূলকভাৱে মালবাহী গাড়ী চলাৰ বিপৰীতে আগন্তুক 20 জুলাইৰ পৰা চলিব যাত্ৰীবাহী ৰে'ল । বৃহস্পতিবাৰে এই কথা প্ৰকাশ কৰে উত্তৰ-পূৱ সীমান্ত ৰে'লৱে ।
পাহাৰ লাইনত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ'ল ৰে'ল চলাচল - ৰেল চলাচল আৰম্ভ পাহাৰ লাইনত।
বৃহস্পতিবাৰে এই কথা প্ৰকাশ কৰে উত্তৰ-পূৱ সীমান্ত ৰে'লৱে ।

পাহাৰ লাইনত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ'ল ৰে'ল চলাচল
উল্লেখ্যে যে, বিগত ১২ জুলাইৰ পৰা নেৰা নেপেৰা বৰষুণৰ ফলত লামডিং-শিলচৰ ব্ৰডগেজে ৰেলপথৰ নিউহাফলং আৰু জাতিংগা লামপুৰ ষ্টেচনৰ মাজত ৰেললাইন খহি পৰাৰ ফলত বিগত এসপ্তাহৰ পৰা বন্ধ হৈ আছিল ৰেল চলাচল ।
TAGGED:
ৰেল চলাচল আৰম্ভ পাহাৰ লাইনত।