Matiya Police Station ASI arrested: ঘোচ লৈ হাতে-লোটে ধৰা পৰিল আৰক্ষী বিষয়া
অসম আৰক্ষীৰ খাকীত দাগ ৷ খোচ লৈ গোৱালপাৰাত আৰক্ষীৰ জালত পৰিল আৰক্ষী ! দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ জালত আৰক্ষী বিষয়া চবিন পাল দাস ।
Women patrolling on street: চাচনীত অভূতপূৰ্ব দৃশ্য
টৰ্চ লাইট আৰু হাতে হাতে লাঠি লৈ ৰাজপথলৈ ওলাই আহিল নাহৰকটীয়াৰ চাচনীৰ এদল মহিলা ৷ চাচনী অঞ্চললৈ প্ৰৱেশ কৰা প্ৰতিখন দুচকীয়া আৰু চাৰিচকীয়া বাহন তন্ন তন্নকৈ পৰ্যবেক্ষণ কৰি গৈছে মহিলাৰ দলটোৱে ৷
Tiranga Distribution: অমৃত মহোৎসৱ আৰু এগৰাকী ব্যতিক্ৰমী শিক্ষক
সমাগত স্বাধীনতা দিৱস ৷ দেশজুৰি 75 তম স্বাধীনতা দিৱস উদযাপনৰ উলহ মালহৰ মাজতেই এগৰাকী শিক্ষকৰ মহানুভৱতাই আকৰ্ষণ কৰিছে অভয়াপুৰীবাসীক (Tiranga Distribution at Abhayapuri)৷
Ranjit Kumar Dass at Bihpuria: ৰণজিৎ দাসে ক’লে; শিক্ষাখণ্ডত দুৰ্নীতি থকাটো পুনৰ প্ৰমাণিত হ’ল
ৰাজ্যত শেহতীয়াকৈ দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত ইজনৰ পিছত সিজন দুৰ্নীতিত লিপ্ত বিষয়া গ্ৰেপ্তাৰ হৈছে (Anti Corruption Mission in Assam)। শনিবাৰে দুৰ্নীতি নিবাৰক শাখাই ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ককো দুৰ্নীতিৰ অভিযোগত হাতে-লোটে গ্ৰেপ্তাৰ কৰিছিল (Bhattadev university Registrar Arrested)।
Non teaching staff association protest : সোমবাৰে ৰাজ্যৰ ৩৩ খন মহাবিদ্যালয়ত কৰ্ম বিৰিত পালন কৰিব কৰ্মচাৰীয়ে
প্ৰাদেশিকীকৰণৰ পিছতো চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হৈছে ২০২১ চনৰ ৫ ফেব্ৰুৱাৰীত প্ৰাদেশিকৃত ৩৩খন মহাবিদ্যালয়ৰ কৰ্মচাৰী । দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সংবাদমেলত তলাবন্ধ কাৰ্যসূচীৰ পৰিৱৰ্তে ক’লা বেজ পৰিধান কৰি কৰ্ম বিৰতিৰে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি সদৰী কৰে অনা-শিক্ষক কৰ্মচাৰী সন্থাৰ সভাপতি অংকুৰ কুমাৰ দাসে ৷