ৰাজ্যত আইনৰ শাসন নিশ্চিত কৰাৰ দাবী চিপিআইএমৰ
আইনৰ শাসন হাতত তুলি লোৱা দোষী আৰক্ষী বিষয়া, থানা জ্বলোৱা এচাম দুৰ্বৃত্ত আদি সকলোৰে বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী ৷ আৰক্ষীৰ জিম্মাত ছফিকুল ইছলামৰ মৃত্যু আৰু একাংশ দুষ্কৃতিকাৰীৰ দ্বাৰা থানা জ্বলাই দিয়াৰ ঘটনাক তীব্ৰ নিন্দা আৰু সমস্ত ঘটনাৰ উচ্চ পৰ্যায়ৰ ন্যায়িক তদন্ত দাবী ৷ থানা জ্বলোৱা দুষ্কৃতিকাৰীসকলৰ বিৰুদ্ধে কঠোৰ আইনগত শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱাৰ লগতে ৰাজ্যত আইনৰ শাসন প্ৰতিষ্ঠাৰ দাবী(CPIM demands ensuring rule of law in the state) ৷
Muaythai World Championship: আবুধাবিত ভাৰতক প্ৰতিনিধিত্ব কৰিব দুই এথলীটে
আবুধাবিত অনুষ্ঠিত হ’ব এই বৰ্ষৰ মুয়াইথাই বিশ্ব চেম্পিয়নশ্বিপ(Muaythai World Championship in Abu Dhabi) ৷ এই মেগা ইভেণ্টত দেশক প্ৰতিনিধিত্ব কৰিব দুজনীয়া এটা খেলুৱৈ(Tripura athletes represent India)ৰ দলে ৷ দুয়োগৰাকীৰ খেলুৱৈ ত্ৰিপুৰাৰ বুলি জানিব পৰা গৈছে ৷
বটদ্ৰৱা কাণ্ড সন্দৰ্ভত পুনৰ এজনক গ্ৰেপ্তাৰ
বটদ্ৰৱা আৰক্ষী থানা জ্বলোৱা ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত পুনৰ আন এজনক গ্ৰেপ্তাৰ নগাঁও আৰক্ষীৰ । এই পৰ্যন্ত ২২ জনকৈ অভিযুক্তক আটক (22 accused involved in Batadraba police station attack)। ইয়াৰে ৬ জনক গ্ৰেপ্তাৰ ।
আৰক্ষীৰ চকুৰ আগতেই জ্বলি ছাঁই হ’ল থানা; তৃতীয় শক্তি জড়িত থকাৰ সন্দেহ আৰক্ষীৰ
দিন দুপৰতে ভয়ংকৰ আক্ৰমণ বটদ্ৰৱা আৰক্ষী থানাত (Mob torched Batadrava police station) । নগাঁৱৰ বটদ্ৰৱা ছালনাবড়িৰ ছফিকুল ইছলাম নামৰ এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰিয়েই এইদৰে ভয়ংকৰ আক্ৰমণ চলিল বটদ্ৰৱা আৰক্ষী থানাত ।
নলবাৰীৰ বান পৰিস্থিতি পৰ্যবেক্ষণ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ
ৰাজ্যত ক্ৰমাৎ জটিলৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে(Flood situation become critical in Assam) । দেওবাৰে নলবাৰীৰ ধৰ্মপুৰৰ বান পৰিস্থিতি বুজ ল’বলৈ উপস্থিত হয় মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী (Chandra Mohan Patowary visits flood effected area of Dharmapur)৷