বৰাকৰ ফটো সাংবাদিক মলিন শৰ্মাৰ শেষকৃত্য সম্পন্ন - শেষকৃত্য
দেওবাৰে নিশা শিলচৰ তাৰপুৰত এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱা ফটো সাংবাদিক মলিন শৰ্মাৰ মৃতদেহ সোমবাৰে মৰণোত্তৰ পৰীক্ষাৰ পাছত শিলচৰ শ্মশান ঘাটত শেষকৃত্য সম্পন্ন কৰা হয়
![বৰাকৰ ফটো সাংবাদিক মলিন শৰ্মাৰ শেষকৃত্য সম্পন্ন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3981189-thumbnail-3x2-ghvfjdgf---copy.jpg)
ফটো সাংবাদিক মলিন শৰ্মাৰ শেষকৃত্য সম্পন্ন
শিলচৰ, 29 জুলাইঃ দেওবাৰে নিশা শিলচৰ তাৰপুৰত এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱা ফটো সাংবাদিক মলিন শৰ্মাৰ মৃতদেহ সোমবাৰে মৰণোত্তৰ পৰীক্ষাৰ পাছত শিলচৰ শ্মশানঘাটত শেষকৃত্য সম্পন্ন কৰা হয় ৷ তাৰ পূৰ্বে বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজে শিলচৰ গান্ধী পাৰ্কত সাংবাদিক গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ উল্লেখযোগ্য যে,দীৰ্ঘদিন ধৰি শিলচৰৰ ৰাজপথত তীব্ৰ গতিত চলা ট্ৰাকে দুৰ্ঘটনা সংঘটিত কৰি আহিছে ৷ সেয়ে এনে ট্ৰাক চালকক নিয়ন্ত্ৰণৰ দাবীত মঙলবাৰে 12 ঘণ্টীয়া কাছাৰ বন্ধৰ ঘোষণা কৰিছে ৷
ফটো সাংবাদিক মলিন শৰ্মাৰ শেষকৃত্য সম্পন্ন