অসম

assam

ETV Bharat / state

হাফলঙৰ মেধাৱী ছাত্ৰীসকলৰ মাজত স্কুটী বিতৰণ - ডিমা হাছাও জিলা প্ৰশাসন

সোমবাৰে ডিমা হাছাও জিলা প্ৰশাসনে জিলাখনৰ হাফলঙত অৱস্থিত পুথিভঁৰাল প্ৰেক্ষাগৃহত ড° বাণীকান্ত কাকতি বঁটা হিচাপে মেধাৱী ছাত্ৰীসকলক স্কুটী প্ৰদান কৰে ৷

হাফলঙৰ মেধাৱী ছাত্ৰীসকলৰ মাজত স্কুটী বিতৰণ
হাফলঙৰ মেধাৱী ছাত্ৰীসকলৰ মাজত স্কুটী বিতৰণ

By

Published : Jan 4, 2021, 4:08 PM IST

Updated : Jan 4, 2021, 4:23 PM IST

ডিমা হাছাও, 4 জানুৱাৰী:সোমবাৰে ডিমা হাছাও জিলা প্ৰশাসনে জিলাখনৰ হাফলঙত অৱস্থিত পুথিভঁৰাল প্ৰেক্ষাগৃহত আনুষ্ঠানিকভাৱে প্ৰজ্ঞান ভাৰতী আঁচনি ২০২০ বৰ্ষৰ অধীনত ড° বাণীকান্ত কাকতি বঁটা হিচাপে মেধাৱী ছাত্ৰীসকলক স্কুটী প্ৰদান কৰে ৷ বঁটা বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে,উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লচাই ৷

হাফলঙৰ মেধাৱী ছাত্ৰীসকলৰ মাজত স্কুটী বিতৰণ

অনুষ্ঠানত 16 নং হাফলং উপজাতি সংৰক্ষিত সমষ্টিৰ বিধায়ক বীৰভদ্ৰ হাগজেৰ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ ৰাণু লাংথাচা,কাৰ্যবাহী সদস্য নন্দিতা গাৰ্লচা লাল চিয়ামে দাৰনে,জিলা উপযুক্ত পল বৰুৱাৰ লগতে পৰিষদৰ সদস্যসকল আৰু সচিববৃন্দ উপস্থিত থাকে ৷ বঁটা বিতৰণ কৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লচা আৰু বিধায়ক বীৰভদ্ৰ হাগজেৰে ৷

লগতে পঢ়ক:2022 চনত প্ৰকাশ পাব উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন বহুভাষিক অভিধান

Last Updated : Jan 4, 2021, 4:23 PM IST

ABOUT THE AUTHOR

...view details