ডিমা হাছাও, 23 মাৰ্চ : জনতা কাৰ্ফিউৰ পাচত সোমবাৰে চৰকাৰী নিয়ম উলংঘা হাফলঙৰ সৰ্ব সাধাৰণ ৰাইজৰ ৷ ৰাজ্য চৰকাৰ, জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে সজাগতা চলালেও হাফলঙৰ ৰাইজৰ মাজত এই সজাগতা পৰিলক্ষিত নহ'ল ৷
হাফলঙত চৰকাৰী নিয়ম উলংঘা ৰাইজৰ - People of Haflong violated government regulations
হাফলঙত চৰকাৰী নিয়ম উলংঘা ৰাইজৰ ৷ নিয়ম নামানি দোকান-পোহাৰলৈ ওলাই আহিল ৰাইজ ৷
হাফলঙত চৰকাৰী নিয়ম উলংঘা ৰাইজৰ
চৰকাৰে বিভিন্ন ধৰণৰ সজাগতামূলক বাৰ্তা প্ৰেৰণ কৰি আহিলেও হাফলঙৰ কিছু বজাৰত ইয়াৰ বিপৰীত দৃশ্য পৰিলক্ষিত হয় ৷ চৰকাৰৰ ফালৰ পৰা দিয়া নীতি-নিয়মক উলংঘা কৰি দোকান-পোহৰসমূহো খোলে হাফলঙৰ বিভিন্ন অঞ্চলত ৷
আৰু পঢ়ক : কৰ'ণা বাবে কাৰাবন্দী সকলৰ জামিনৰ চিন্তা চৰ্চা উচ্চতম ন্যায়ালয়ৰ
TAGGED:
চৰকাৰী নীতি-নিয়ম উলংঘা ৰাইজৰ