- উমৰাংছ'ৰ জল বিস্ফোৰণত নিৰুদ্দেশ হোৱা এজন লোকৰ মৃতদেহ উদ্ধাৰ ৷
- সোমবাৰে দিনৰ প্ৰায় 11:45 বজাত উদ্ধাৰ হয় মৃতদেহটো ৷
- উদ্ধাৰ হোৱা মৃতদেহটো জয়ছিং টিছোৰ বুলি চিনাক্ত ৷
- কপিলী জলবিদ্যুৎ প্ৰকল্পৰ G-2 Floorত উদ্ধাৰ হয় মৃতদেহটো ৷
- NEEPCOৰ এগৰাকী মেকানিকেল অভিযন্তা হিচাপে কৰ্মৰত আছিল লোকজন ৷
- ইতিমধ্যে SDRFএ মৃতদেহটো উমৰাংছ' আৰক্ষীক গতাই দিছে ৷
কপিলী জলবিদ্যুৎ প্ৰকল্পত নিখোজ অভিযন্তাক উদ্ধাৰ - কপিলী জলবিদ্যুৎ প্ৰকল্প
সোমবাৰে SDRF আৰু NDRFৰ অভিযানত কপিলী জলবিদ্য়ুৎ প্ৰকল্পৰ পৰা উদ্ধাৰ হয় নিখোজ হৈ থকা এগৰাকী অভিযন্তাৰ মৃতদেহ ৷
নিখোজ অভিযন্তাক উদ্ধাৰ
Last Updated : Oct 21, 2019, 3:58 PM IST