অসম

assam

ETV Bharat / state

প্ৰতিমা বিসৰ্জন দিবলৈ গৈ যুৱকৰ সলিল সমাধি - এনডিআৰএফ বাহিনী

ডিমা হাছাওত যুৱকৰ সলিল সমাধি ৷ প্ৰতিমা বিসৰ্জন দিবলৈ গৈ কপিলী জলাশয়ত পৰি মৃত্যু হয় 17 বছৰীয়া যুৱকৰ ৷ অঞ্চলজুৰি শোকৰ ছা ৷

Dima Hasao Tragic Incident, Dead Body Recoverd In Kopili River
প্ৰতিমা বিসৰ্জন দিবলৈ গৈ কপিলী জলাশয়ত যুৱকৰ সলিল সমাধি

By

Published : Aug 20, 2020, 5:27 PM IST

ডিমা হাছাও, 20 আগষ্ট : ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ সময়তে বৃহস্পতিবাৰে ডিমা হাছাও জিলাত এক শোকাবহ ঘটনা সংঘটিত হয় ৷ মনসা দেৱীৰ প্ৰতিমা বিসৰ্জন দিবলৈ গৈ সলিল সমাধি ঘটে এগৰাকী যুৱকৰ ৷

জানিব পৰা মতে, জিলাখনৰ উমৰাংচোত সংঘটিত হৈছে এই ঘটনা ৷ উমৰাংচো আৰক্ষী সূত্ৰে প্ৰকাশ কৰা অনুসৰি, বুধবাৰে মনসা দেৱীৰ মূৰ্তি বিসৰ্জন দিবলৈ গৈ কপিলী জলাশয়ত পৰি মৃত্যু হয় 17 বছৰীয়া যুৱকজনৰ ৷

প্ৰতিমা বিসৰ্জন দিবলৈ গৈ কপিলী জলাশয়ত যুৱকৰ সলিল সমাধি

উল্লেখ্য যে, উক্ত অঞ্চলত এছ ডি আৰ এফ আৰু এন ডি আৰ এফ বাহিনী নথকাৰ কাৰণে অৱশেষত বৃহস্পতিবাৰে অগ্নিনিৰ্বাপক বাহিনীয়ে কপিলী জলাশয়ৰ পৰা যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক : যোৰহাটত ইউৰিয়া সাৰৰ নাটনি, বৃহৎ ক'লা বজাৰ গঢ়ি উঠাৰ অভিযোগ

ABOUT THE AUTHOR

...view details