ডিমা হাছাও, 14 মে’:ক’ভিড-19 ত আক্ৰান্ত হৈছে ডিমা হাছাও জিলাৰ স্বাস্থ্য ও পৰিয়াল কল্যাণ বিভাগৰ যুটীয়া সঞ্চালক ডাঃ দিপালি বৰ্মন আৰু তেওঁৰ স্বামী ডাঃ অজয় কুমাৰ পাল । বৃহস্পতিবাৰে ডাঃ অজয় কুমাৰ পাল আৰু ডাঃ দিপালি বৰ্মনৰ ক’ভিড-19ৰ পৰীক্ষা কৰাত ফলাফল পজিটিভ আহে । বৰ্তমানত দুয়ো গৰাকীকে হ’ম আইচলেশ্যনত আছে বুলি জানিব পৰা গৈছে ৷
ক’ভিডত আক্ৰান্ত ডিমা হাছাওৰ স্বাস্থ্য ও পৰিয়াল কল্যাণ বিভাগৰ যুটীয়া সঞ্চালক - হ’ম আইচলেচন
বৃহস্পতিবাৰে ডাঃ অজয় কুমাৰ পাল আৰু ডাঃ দিপালি বৰ্মনৰ ক’ভিড-19ৰ পৰীক্ষা কৰাত ফলাফল পজিটিভ আহে। বৰ্তমানত দুয়ো গৰাকীকে হ’ম আইচলেশ্যনত আছে বুলি জানিব পৰা গৈছে ৷
ক’ভিডত আক্ৰান্ত ডিমা হাছাওৰ স্বাস্থ্য ও পৰিয়াল কল্যাণ বিভাগৰ যুটীয়া সঞ্চালক
উল্লেখযোগ্য যে, ডাঃ অজয় কুমাৰ পাল আৰু ডাঃ দীপালি বৰ্মন দুই গৰাকী চিকিৎসকে ইতিমধ্যে ক’ভিডৰ দুয়োটা পালুি লোৱাৰ পিছতো ক’ভিড-19ত আক্ৰান্ত হৈছে ৷
লগতে পঢ়কঃ ক'ভিড ভয়াৱহতাৰ বাবে চিৰাঙত ঈদৰ সমূহীয়া নামাজ বাতিল