অসম

assam

ETV Bharat / state

স্বায়ত্ব শাসিত পৰিষদৰ অধিবেশনঃ গৃহীত হ'ল পেন্সন বিধেয়ক - ৰানু লাংথাচাৰ অধ্যক্ষতাত

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন চিইএমইএম আৰু সদস্য সকলৰ বাবে পেন্সন বিধেয়কখন পাৰ্বত্য পৰিষদৰ অধিবেশনৰ সদনত গৃহীত হয় । পাৰ্বত্য পৰিষদৰ অধ্যক্ষ ৰানু লাংথাচাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় উক্ত অধিবেশন ৷

Autonomous Council Session: Pension Bill passed
স্বায়ত্ব শাসিত পৰিষদৰ অধিবেশনঃ গৃহীত হ'ল পেন্সন বিধেয়ক

By

Published : Nov 27, 2020, 9:44 PM IST

ডিমা হাছাও, 27 নৱেম্বৰঃ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন চিইএমইএম আৰু সদস্য সকলৰ বাবে পেন্সন বিধেয়কখন পাৰ্বত্য পৰিষদৰ অধিবেশনৰ সদনত গৃহীত হয় । উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ অধিবেশনখন শুকুবাৰে পৰিষদৰ সচিবালয়ৰ সদনত অনুষ্ঠিত হোৱাৰ বিপৰীতে হাফলং পুঁথি ভৰালৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ৷

স্বায়ত্ব শাসিত পৰিষদৰ অধিবেশনঃ গৃহীত হ'ল পেন্সন বিধেয়ক

পাৰ্বত্য পৰিষদৰ অধ্যক্ষ ৰানু লাংথাচাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় উক্ত অধিবেশন ৷ চিইএমইএম দেৱলাল গাৰ্লচাই সদনত কয় পাৰ্বত্য পৰিষদৰ প্ৰাক্তন সদস্য সকলৰ পেনচনৰ বাবে 31 মাৰ্চ 2020-21 বিত্তীয় বৰ্ষত 19 লাখ 50 হাজাৰ টকা আৰু চিইএম আৰু ইএম-ৰ বাবে 5 লাখ টকা ধাৰ্য কৰা হৈছে ।

লগতে পঢ়কঃভাৰত-নেপালৰ মন্ত্ৰী পৰ্যায়ৰ বৈঠকলৈ নেপালৰ বৈদেশিক মন্ত্ৰীৰ ইতিবাচক সহাৰি

ABOUT THE AUTHOR

...view details