সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ - মৃতদেহ উদ্ধাৰ
জলপাইগুৰি ষ্টেচনত কাঞ্চনজঙ্ঘা এক্সপ্ৰেছৰ পৰা সন্ধানহীন হোৱা যুৱকৰ মৃতদেহ উদ্ধাৰ ৷ সন্ধানহীন লোকজনৰ নাম বিশ্বজিৎ দেৱ ৷ ইতিমধ্যে কোচবিহাৰ ৰে'ল লাইনৰ পৰা ৰে'ল আৰক্ষীয়ে উদ্ধাৰ কৰে সন্ধানহীন বিশ্বজিৎ দেৱৰ মৃতদেহটো ৷
![সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3908171-thumbnail-3x2-dead.jpg)
সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ
ডিমাহাচাও, 21 জ্ঞুলাইঃ
- হাফলঙত সন্ধানহীন বিশ্বজিৎ দেৱৰ মৃতদেহ উদ্ধাৰ সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ
- জলপাইগুৰি ষ্টেচনত কাঞ্চনজঙ্ঘা এক্সপ্ৰেছৰ পৰা সন্ধানহীন হৈছিল যুৱকজন
- কোচবিহাৰৰ ৰে'ল লাইনৰ পৰা উদ্ধাৰ কৰে বিশ্বজিৎৰ মৃতদেহটো
- ৰে'ল আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো
- ইতিমধ্যে পৰিয়ালৰ লোক মৃতদেহটো চমজি লবলৈ যোৱা বুলি জানিব পৰা গৈছে