অসম

assam

ETV Bharat / state

অসম চুক্তি থকা খিলঞ্জীয়া শব্দক লৈ সমস্যা হিন্দু বঙালীৰ - শিলচৰ

অসম চুক্তিৰ ছয় নং দফা ৰূপায়ণৰ বাবে প্ৰাক্তন ন্যায়াধীশ বি.কে শৰ্মাৰ তত্ত্বাৱধানত গঠন কৰা কমিটিত হিন্দু বঙালীৰ প্ৰতিনিধি নথকাত ক্ষুব্ধ All Assam Bengali Hindu Association চমুকৈ AABHA নামৰ হিন্দু বঙালী সংগঠন

অসম চুক্তি থকা খিলঞ্জীয়া শব্দক লৈ সমস্যা হিন্দু বঙালীৰ

By

Published : Aug 26, 2019, 11:55 PM IST

শিলচৰ, 26 আগষ্টঃ অসম চুক্তিৰ ছয় নং দফা ৰূপায়ণৰ বাবে প্ৰাক্তন ন্যায়াধীশ বি.কে শৰ্মাৰ তত্ত্বাৱধানত গঠন কৰা কমিটিত কোনো হিন্দু বঙালীৰ প্ৰতিনিধি নথকাত ক্ষুব্ধ হৈ পৰিছে All Assam Bengali Hindu Association চমুকৈ AABHA নামৰ হিন্দু বঙালী সংগঠন ৷ সোমবাৰে শিলচৰত এই সন্দৰ্ভত সংবাদমেল অনুষ্ঠিত কৰি সংগঠনটোৱে উক্ত কমিটিত হিন্দু বঙালীৰ প্ৰতিনিধি নাৰাখিলে অনাগত সময়ত জংগী প্ৰতিবাদ সাব্যস্ত কৰিব বুলি জানিবলৈ দিয়ে ৷

অসম চুক্তি থকা খিলঞ্জীয়া শব্দক লৈ সমস্যা হিন্দু বঙালীৰ

ABOUT THE AUTHOR

...view details