হাফলঙত ১৬ বছৰীয়া এগৰাকী যুৱতীক ধৰ্ষণৰ ঘটনা - ডিমা হাছাও
প্ৰথমতে ছ'চিয়েল মিডিয়াৰ জৰিয়তে যুৱতী গৰাকীৰ লগত সম্পৰ্ক গঢ়ি তুলি যোৱা ১৮ আগষ্টৰ সন্ধিয়া অকতাৰ খানে যুৱতী গৰাকীক হাফলং চহৰৰ বাগেটাৰ অঞ্চলৰ নিৰ্জন এলেকাত লৈ নি ধৰ্ষণ কৰি যুৱতীগৰাকীৰ ঘৰৰ ওচৰত অচেতন অৱস্থাত পেলাই থৈ যায় ।
![হাফলঙত ১৬ বছৰীয়া এগৰাকী যুৱতীক ধৰ্ষণৰ ঘটনা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4190643-thumbnail-3x2-haf.jpeg)
হাফলংত ১৬ বছৰীয়া এগৰাকী যুৱতীক ধৰ্ষণৰ ঘটনা
ডিমা হাছাও, ২০ আগষ্ট: হাফলঙত ১৬ বছৰীয়া এগৰাকী যুৱতীক ধৰ্ষণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অকতাৰ খান ওৰফে বাপন খান ওৰফে ৰোহিত কাহৰৰ কঠোৰ শাস্তিৰ দাবী জনাই ডিমা হাছাও জিলাৰ উপায়ুক্ত অমিতাভ ৰাজখোৱাক বিভিন্ন দল সংগঠনৰ স্মাৰকপত্ৰ।
হাফলংত ১৬ বছৰীয়া এগৰাকী যুৱতীক ধৰ্ষণৰ ঘটনা